Download Now Banner

This browser does not support the video element.

মাটিয়া: কৃষ্ণাইৰ শালপাৰাৰ সাধুপাৰাত এটা প্ৰকাণ্ড অকলশৰীয়া বন্যহস্তীয়ে ভাঙি তচনচ কৰে সুকমল বৰ্মনৰ দুটাকৈ ঘৰ

Matia, Goalpara | May 27, 2025
কৃষ্ণাইৰ শালপাৰাৰ সাধুপাৰা ত এটা প্ৰকাণ্ড অকলশৰীয়া বন্যহস্তীয়ে সুকমল বৰ্মন ৰ দুটাকৈ ঘৰ ভাঙি তচনচ কৰে।গোৱালপাৰা জিলাত হস্তী-মানুহৰ সংঘাট কোনো নতুন কথা নহয় ৷ বছৰ বছৰ ধৰি হাতী-মানুহৰ সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ আজি দিনৰ ভাগত জিলাখনৰ কৃষ্ণাইৰ নিকটৱৰ্তী *শালপাৰাৰ সাধুপাৰা* ত এটা প্ৰকাণ্ড অকলশৰীয়া বন্যহস্তীয়ে *সুকমল বৰ্মন* ৰ দুটাকৈ গৃহ ভাঙি তচনচ কৰি বিস্তৰ ক্ষতিসাধন কৰে ৷ইয়াৰে এটা পকীঘৰ আৰু আনটো পাকঘৰ ভাঙি ভিতৰত থকা বাচন বৰ্তন, কাহি-বাতি তচনচ কৰে।
Read More News
T & CPrivacy PolicyContact Us