Download Now Banner

This browser does not support the video element.

সোণাৰি: গুৱালাপথাৰত বনৰীয়া হাতীয়ে ভাঙিলে এটা বাসগৃহ, অসহায় ভুক্তভোগী পৰিয়াল, লণ্ডভণ্ড কৰিলে ঘৰৰ আচবাব

Sonari, Charaideo | Sep 7, 2025
সোণাৰি বন্যহস্তীৰ উপদ্ৰৱ,বন্যহস্তীৰ উপদ্ৰৱত লণ্ডভণ্ড বাসগৃহ।চৰাইদেউ জিলাৰ গুৱালাপথাৰত উপদ্ৰৱ চলালে বন্যহস্তীয়ে। বন্যহস্তীয়ে বাসগৃহৰ ভিতৰত প্ৰৱেশ কৰি বাসগৃহত মজুত থকা চাউল খাই তহিলং কৰাৰ লগতে লণ্ডভণ্ড কৰে সম্পূৰ্ণ বাসগৃহটোৰ আচবাব। অসম নগালেণ্ড সীমান্তত প্ৰায়েই বন্যহস্তীয়ে চলাই আহিছে তাণ্ডৱ। ব্যাগোম বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পাছতো সময়মতে বন বিভাগৰ লোক ঘটনা স্থলীত উপস্থিত নোহোৱাৰ অভিযোগ। অসহায় পৰিয়ালটোৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। গুৱালাপথাৰ অঞ্চলৰ ধুণ্ডা
Read More News
T & CPrivacy PolicyContact Us