This browser does not support the video element.
হোজাই: জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে হোজাই পৌৰসভা কাৰ্য্যালয়ত স্থানীয় ৬খন শিক্ষা প্ৰতিষ্ঠানৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ পৌৰসভাৰ
Hojai, Hojai | Sep 6, 2025
জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে হোজাই পৌৰসভাৰ কাৰ্য্যালয়ত শনিবাৰে ৩বজাৰ পৰা স্থানীয় ৬খন শিক্ষা প্ৰতিষ্ঠানৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ হোজাই পৌৰসভাৰ।উক্ত বুজাবুজি চুক্তি স্বাক্ষৰ সভাত উপস্থিত থাকে হোজাই পৌৰসভাৰ পৌৰনেত্ৰী চতুৰ্থী ৰাণী বিশ্বাস, পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়ত্ৰী সকল।উল্লেখযোগ্য হোজাই চহৰ খনক আৱৰ্জনা মুক্ত আৰু প্লাষ্টিক মুক্ত চহৰ হিচাপে গঢ়াৰ এটি লক্ষ্য হাতত লৈছে।লগতে ছাত্ৰ-ছাত্ৰী সকল যদি স্বচ্ছতাৰ প্ৰতি ব্যৱহাৰিক পৰ