Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: কুমাৰণীছিগাত এগৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টাৰ অভিযোগ স্কুটীৰে অহা দুই অচিনাক্ত যুৱতীৰ বিৰুদ্ধে, আটক অভিযুক্ত দুই যুৱতী
Dibrugarh East, Dibrugarh | Aug 28, 2025
ডিব্ৰুগড় বৰপথাৰৰ কুমাৰণীছিগা সংযোগী পথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ডিব্ৰুগড়ৰ বৰপথাৰ অঞ্চলৰ এগৰাকী ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীক দুগৰাকী অচিনাক্ত যুৱতীয়ে অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰিছে। আজি বৃহস্পতিবাৰে বিয়লি ৪ বজাত সংঘটিত হৈছে ঘটনাটো।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!