Download Now Banner

This browser does not support the video element.

ওদালগুৰি: বৰঙাজুলি সত্ৰত শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়

Udalguri, Udalguri | Oct 2, 2025
১৪৪৯ চনত নগাঁওৰ বৰদোৱাৰ আলিপুখূৰী নামে ঠাইত শংকৰদেৱৰ জন্ম হৈছিল। গুৰু জনাৰ আবিৰ্ভাৱৰ দিনটো সমগ্ৰ ৰাজ্যখনতে পালন কৰা হয়। সেইদৰে জিলা খনৰ বৰঙাজুলি সত্ৰত দিনযোৰা কাৰ্য্যসূচীৰে আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়। মহোৎসৱত সতে সংগতি ৰাখি বন্তি প্ৰজ্বলন,আয়তী নাম, কীৰ্তন,আদি কাৰ্য্যসূচীৰ লগতে নাহৰৰ পুলি ৰোপন কৰা হয়। অনুষ্ঠানত সত্ৰাধিকাৰ নিৰঞ্জন বড়ো, সমাজকৰ্মী যতীন্দ্ৰ নাথ কৃষ্ণদাস বিশেষ ভাৱে উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us