Download Now Banner

This browser does not support the video element.

ওদালগুৰি: লামাবাৰীত বিজেপি দলৰ নিৰ্বাচনী সভাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়, উপস্থিত থাকে প্ৰাক্তন এমচিএলএ দীপক মৌৰ

Udalguri, Udalguri | Sep 13, 2025
জিলা খনৰ পাচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লামাবাৰী ব্ৰহ্ম মন্দিৰত বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। সভাত প্ৰাক্তন এমচিএলএ দীপক মৌৰে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ গ্ৰহন কৰি ৰাইজৰ সতে মত বিনিময় কৰে। আনহাতে উক্ত সভাতে ২৫ গৰাকী লোকে আনুষ্ঠানিক ভাৱে বিজেপি দলৰ যোগদান কৰে। ইপিনে নতুন সদস্য সকলক গামোচা পিন্ধাই দললৈ আদৰণি জনালে দলৰ নেতৃত্বই।
Read More News
T & CPrivacy PolicyContact Us