This browser does not support the video element.
ডুমডুমা: ডুমডুমাত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
Doom Dooma, Tinsukia | Sep 19, 2025
শুকুৰবাৰে অকালতে হেৰাই যোৱা যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গলৈ সন্ধিয়া প্ৰায় ৭.৩০ মিনিটত ডুমডুমাত ৰাইজে গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ডুমডুমা নগৰৰ গান্ধী মূৰ্তিৰ সমীপত অনুষ্ঠিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডুমডুমাবাসী ৰাইজে দল - মত নিৰ্বিশেষে স্বতঃস্ফুৰ্তভাৱে অংশগ্ৰহণ কৰে।