This browser does not support the video element.
লংকা: ১নং ৰেলগেইটৰ উৰণীয়া সেতুৰ ৰেল লাইনৰ সমিপৰ এঘৰৰ পৰা জব্দ প্ৰায় লক্ষাধিক টকাৰ ড্ৰাগছ উদ্ধাৰ লংকা আৰক্ষীৰ
Lanka, Hojai | Aug 23, 2025
শনিবাৰে সন্ধিয়া প্ৰায় ৮বজাত লংকাৰ ১নং ৰেলগেইটৰ উৰণীয়া সেতুৰ ৰেল লাইনৰ সমিপৰ এঘৰৰ পৰা জব্দ প্ৰায় লক্ষাধিক টকাৰ ড্ৰাগছ আৰু জব্দ প্ৰায় লক্ষাধিক টকা।ৰেলৰ মাটিত অবৈধ ভাবে বসবাস কৰি থকা গীতা দেৱীৰ ঘৰত আৰক্ষীয়ে নিশা অভিযান চলাই জব্দ কৰে উক্ত ড্ৰাগছ খিনি।বিশেষ সূত্রৰ পম খেদি আৰক্ষীয়ে চলাইছিল এই অভিযান।গীতা দেৱী নামৰ মহিলাগৰাকীয়ে তিনিটা ড্ৰাগছৰ পেকেটৰ পৰা ড্ৰাগছ খিনি কন্টেইনাৰত সোমোৱাই থকা অৱস্হাতেই লংকা আৰক্ষীয়ে অভিযান চলাই মহিলাগৰাকীৰ ঘৰত।ইতিমধ্যেই মহিলাগৰাকীৰ গৃহত ল