Download Now Banner

This browser does not support the video element.

মানকাচৰ: বন্দিহানা আৰক্ষীয়ে চোৰাং পশুধনৰ বিৰুদ্ধে অভিযান চলাই বন্দিহানাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কেইবাটাওচোৰাং পশুধন উদ্ধাৰ কৰে

Mankachar, South Salmara-Mankachar | Sep 8, 2025
সোমবাৰে পূৱতি নিশা আনুমানিক ৬ বজাত বন্দিহানা আৰক্ষীয়ে চোৰাং পশুধনৰ বিৰুদ্ধে বন্দিহানা অঞ্চলৰ ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এক সফল অভিযন চলায়। উক্ত অভিযানত আৰক্ষীয়ে কেইবাটাও চোৰাং পশুধন উদ্ধাৰ পৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে উদ্ধাৰ কৰা চোৰাং পশুধন সমূহ খূৱাৰালৈ জমা দিয়ে বুলি জানিব পৰা গৈছে।
Read More News
T & CPrivacy PolicyContact Us