Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: কেবল ধুবুৰী কিয় সকলোতে দিব লাগে Shoot at Side’ৰ অৰ্ডাৰ,চহৰত এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ

Dhubri Part, Dhubri | Aug 27, 2025
কংগ্ৰেছত থাকি AIUDF’ক ভোট দি জিলা পৰিষদ গঠন কৰি দিয়া কংগ্ৰেছী ZPC’ৰ বিৰুদ্ধে লোৱা হব কঠোৰ ব্যৱস্থা৷ ইতিমধ্যে তদন্ত কমিটি গঠন কৰা হৈছে ! তদন্ত কমিটিয়ে অতিশীঘ্ৰেই চিনাক্ত কৰি উলিয়াব কংগ্ৰেছ থাকি বুকুত কামোৰা সকলৰ নাম । কেবল ধুবুৰী কিয় সকলোতে দিব লাগে Shoot at Side’ৰ অৰ্ডাৰ। ধুবুৰীত এইদৰে মন্তব্য কৰে সাংসদ গৰাকী
Read More News
T & CPrivacy PolicyContact Us