This browser does not support the video element.
নগাঁও: জুৰীয়াৰ তিনিচুকীয়াত "অৰোণোদয়" আচঁনিৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগত ৰাইজৰ তীব্ৰ প্ৰতিবাদ
Nagaon, Nagaon | Aug 31, 2025
জুৰীয়াৰ তিনিচুকীয়াত "অৰোণোদয়" প্ৰদানৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ অভিযোগ দেওবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ৰাইজৰ ,দুখীয়া শ্ৰেণীৰ পৰিৱৰ্তে ধনী শ্ৰেণীক অৰোণোদয় প্ৰদানৰ অভিযোগ ।যাৰ পৰিপ্ৰেক্ষিতত কৰিছে ৰাইজে প্ৰতিবাদ,দিছে বিধায়ক নুৰুল হুদাৰ গ'বেক ধ্বনি।জুৰীয়াৰ তিনিচুকীয়াত এই প্ৰতিবাদ ৰাইজৰ। ঘটনা অনুসৰি ছাইব আলী নামৰ মণ্ডল কংগ্ৰেছৰ সভাপতি এজনৰ চলে পঞ্চায়তটোত মইমতালি। যাৰ বাবে আঁচনি লাভ কৰাৰ পৰা বঞ্চিত হৈছে প্ৰকৃত হিতাধিকাৰী। তাৰ পৰিৱৰ্তে গাড়ী, অজস্ৰ মাটি সম্পতি