This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: শান্তিপুৰত বিজেপিৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস
India | Aug 21, 2025
আজিৰ এই যোগদান সভাত বিভিন্ন দ'লৰ পৰা তিনিশৰো অধিক কাৰ্যকৰ্তাই বিজেপি দলৰ নীতি -আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে ,আজিৰ এই যোগদান সভাত চিৰাং দুৱাৰ মণ্ডলৰ সভাপতি ৰাজেন বেৰা, প্ৰাক্তন সাংসদ তথা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, চিৰাং জিলাৰ প্ৰভাৰী নৱ কুমাৰ বৈষ্য , চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়,চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ তত্বাবধায়ক আশিস ভৰালী ,নিসিমা পৰিষদীয় সমষ্টিৰ তত্বাবধায়ক সংকৰ প্ৰসাদ ৰায় উপস্থিত থাকে।