Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ সমীপৱৰ্তী হাচিলা বিলৰ উচ্ছেদিত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আমছুৰ

Balijana, Goalpara | Aug 28, 2025
চহৰৰ সমীপৱৰ্তী হাচিলা বিলৰ উচ্ছেদিত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আমছুৰ। গোৱালপাৰা জিলা আমছুৰ সভাপতি ইমদাদ হুছেইনৰ নেতৃত্বত আমছুৰ সজাতি দল এটাই হাচিলা বিলৰ উচ্ছেদিত ৰাইজৰ প্ৰতিটো পৰিয়ালৰ মাজত এক পেকেটকৈ চাউল,তিনি লিটাৰ মিঠাতেল,তিনি কিলোগ্ৰাম পিয়াঁজ,তিনি কিলোগ্ৰাম আলু বিতৰণ কৰা হয়। খাদ্য সামগ্ৰী বিতৰণ কৰি জিলা আমছুৰ সভাপতি ইমদাদ হুছেইনে কয় যে হাচিলা বিলৰ উচ্ছেদিত লোক সকলক ৰাজনৈতিক উদ্দেশ্যেৰে উচ্ছেদ চলোৱা হৈছে।
Read More News
T & CPrivacy PolicyContact Us