Download Now Banner

This browser does not support the video element.

বালিজানা: ভালুকডুবিত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰি কি কলে ছাইদুৰ ৰহমান মোল্লাই

Balijana, Goalpara | Aug 26, 2025
ভালুকডুবিত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰি কি কলে ছাইদুৰ ৰহমান মোল্লাই।ছাইদুৰ ৰহমান মোল্লাই এন এচ ইউ আইৰ জিলা সম্পাদক পিছত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল। শেহতীয়াকৈ যোৱা পঞ্চায়ত নিৰ্বাচনত ভালুক ডুবি জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও পৰাজিত হৈছিল। শেহতীয়াকৈ জিলা কংগ্ৰেছ কমিটিৰ তালিকা প্ৰকাশ হোৱাৰ পিছত যোৱা পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিৰোধিতা কৰা লোকক গুৰুত্বপূৰ্ণ পদবী দিছে।
Read More News
T & CPrivacy PolicyContact Us