Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীত জিলা পৰ্যায়ৰ উদ্দ্যোগত আৰোহন আঁচনিৰ অধীনত অৰিয়েন্টেশন এণ্ড ইন্টাৰেক্সন কাৰ্যসূচী

Mankachar, South Salmara-Mankachar | Aug 22, 2025
শুক্ৰবাৰে দিনৰ ২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা‌ প্ৰশাসনৰ উদ্দ্যোগত হাটশিঙিমাৰী জিলা প্ৰেক্ষাগৃহত আৰোহন আঁচনিৰ অধীনত অৰিয়েন্টেশন এণ্ড ইন্টাৰেক্সন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত আছিল জিলা আয়ুক্ত তথা Chief mantor ৰাহুল কুমাৰ গুপ্তা,জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাস, অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাস উপ আৰক্ষী অধীক্ষক ।
Read More News
T & CPrivacy PolicyContact Us