This browser does not support the video element.
নগাঁও: উদমাৰীত এটা মুৰ্গীৰ বাবেই এগৰাকী গৰ্ভৱতী মহিলাক হত্যাৰ চেষ্টা মাতাব্বৰৰূপী কবিৰাজ আবুল হুছেইনৰ,মন্তব্য ভুক্তভোগীৰ
Nagaon, Nagaon | Sep 1, 2025
জুৰীয়াৰ উদমাৰীত ভয়ংকৰ ঘটনা ।এটা মুৰ্গীৰ বাবেই এগৰাকী গৰ্ভৱতী মহিলাক হত্যাৰ চেষ্টা মাতাব্বৰৰূপী কবিৰাজ আবুল হুছেইনৰ ।আবুল হুছেইনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গৰ্ভৱতী মহিলা গৰাকীক নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰে চিকিৎসকে ।মাতাব্বৰৰূপী কবিৰাজ আবুল হুছেইনৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে গাওঁবাসী ।গাওঁ খনলৈ যোৱা একমাত্ৰ পথটো কবিৰাজ আবুল হুছেইন জেওৰা দি বন্ধ কৰি দিয়াত ভীষণ সমস্যাত পৰিছে গাওঁবাসী ।কবিৰাজ আবুল হুছেইনৰ এটা মুৰ্গী ভু