Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: কাশিকোত্ৰাত ১৩ নং চিৰাং সমষ্টিৰ ইউপিপিএলৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে ৰাজ্য সভাৰ সাংসদ ৰৌনগৌৰা নাৰ্জাৰীয়ে

India | Sep 7, 2025
সাংসদ ৰৌনগৌৰা নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই কাৰ্যলয়ৰ পৰা আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ'ব সুন্দৰ পৰিৱেশ খুৱ ভাল ১৩ নং চিৰাং সমষ্টিৰ ৰাইজৰ সঁহাৰি খুৱ ভাল সুন্দৰ পৰিৱেশত আমি জিকি যাম,১৩ নং চিৰাং সমষ্টিৰ কোনো দল ফেক্টৰ নহয় বিজেপি সিমিত ভোট লাভ কৰিব কিন্তু আমি জয়ী হোৱাটো খাটাং,চিৰাং জিলাৰ সাতটা সমষ্টিত আমাৰ প্ৰাৰ্থী সকলক মুজবুত ৰাইজৰ যি সঁহাৰি এইবাৰ সকলোৰ মুখতে আকৌ টেক্টৰ লাগে শান্তি লাগে প্ৰমোদ বড়োৰ দিনত শান্তি আহিছে গতিকে প্ৰমোদ বড়োৰ চৰকাৰ আহিব।
Read More News
T & CPrivacy PolicyContact Us