This browser does not support the video element.
তিনিচুকীয়া: "কা" বাতিল কৰাৰ দাবীত সদৰত বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিশেষ আলোচনা আৰু সংবাদমেল
Tinsukia, Tinsukia | Sep 5, 2025
নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিটো দফা বিৰোধিতা কৰি নাগৰিকত্ব সংশোধনী আইন (CAA) বাতিল কৰাৰ দাবীত শুকুৰবাৰে তিনিচুকীয়াত বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ বিশেষ আলোচনা আৰু সংবাদমেল। বিয়লি প্রায় ৩ বজালৈকে অনুষ্ঠিত উক্ত আলোচনাত অহা ৯ ছেপ্টেম্বৰ তাৰিখে সকলো জাতীয় -জনগোষ্ঠীয় সংগঠন একত্ৰিত হৈ নাগৰিকত্ব সংশোধনী আইন (CAA) বাতিল কৰাৰ দাবীত বাণিজ্য চহৰ তিনিচুকীয়াত এক বিশাল সমদল কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।