This browser does not support the video element.
গোলাঘাট: প্ৰবিত্ৰ ভাদ মাহৰ উপলক্ষে আঠখেলীয়া নামঘৰত সেৱা লৈ নামঘৰ পৰিচালনা সমিতিৰ লগত মত বিনিময় মন্ত্ৰী অতুল বৰাই
Golaghat, Golaghat | Aug 24, 2025
প্ৰবিত্ৰ ভাদ মাহৰ উপলক্ষে গোলাঘাট আঠখেলীয়া নামঘৰত সেৱা লৈ নামঘৰ পৰিচালনা সমিতিৰ লগত মত বিনিময় মন্ত্ৰী অতুল বৰাৰ l পৱিত্ৰ ভাদ মাহৰ প্ৰাণৱন্ত সময়ছোৱাত দেওবাৰে বিয়লি প্ৰায় ৩ বজাত গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত উপস্থিত মন্ত্ৰী অতুল বৰা l ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত উপস্থিত হৈ ধুপ,চাকি,শৰাই ভগৱন্তৰ শ্ৰীচৰণত আগবঢ়াই নিজৰ লগতে ৰাইজৰ কুশলাৰ্থে ভক্তিপূৰ্ণ সেৱা জনাই বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ।