Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: বৰুৱা চাৰিআলিত উত্তপ্ত পৰিস্থিতি , চলন্ত অটো'ৰ পৰা দুগৰাকী মহিলাই ধন চুৰি কৰাক কেন্দ্ৰ কৰি সৃষ্টি এই উত্তপ্ত পৰিস্থিতিৰ

Jorhat West, Jorhat | Sep 6, 2025
বৰুৱা চাৰিআলিত উত্তপ্ত পৰিস্থিতি । চলন্ত অটো'ৰ পৰা দুগৰাকী মহিলাই ধন চুৰি কৰাত সৃষ্টি এই উত্তপ্ত পৰিস্থিতিৰ । ঘটনা অনুসৰি ISBTৰ পৰা নগৰ অভিমুখী চলন্ত অটো'তে এগৰাকী মহিলাৰ পৰা ধন হৰলুকি কৰাৰ চেষ্টা দুগৰাকী মহিলাৰ । অটো'ত মহিলাগৰাকীৰ বেগৰ পৰা হাত সোমোৱাই চুৰ কৰিছিল নগদ ১৬০০ টকা । গাড়ীৰ ভাড়া দিবলৈ লওতে হঠাত বেগত ধন নেদেখি সৃষ্টি কৰে এই উত্তপ্ত পৰিস্থিতিৰ ।
Read More News
T & CPrivacy PolicyContact Us