Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীত জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু জিলা উন্নয়ণ মঞ্চ‌ই মন্ত্ৰী কশব মহন্তক স্মাৰক পত্ৰ প্ৰদান কৰে

Mankachar, South Salmara-Mankachar | Sep 5, 2025
শুক্ৰবাৰে নিশা আনুমানিক ১০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু জিলা উন্নয়ণ মঞ্চৰ তৰফৰ পৰা আজি হাটশিঙিমাৰীত উপস্থিত হোৱা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তক জিলাখনত চলি থকা ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াৰ স্হায়ী প্ৰতিৰোধৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
Read More News
T & CPrivacy PolicyContact Us