Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: গোলকগঞ্জত আক্ৰাছুৰ ওপৰত আৰক্ষীৰ লাঠি চাৰ্জ লৈ কাজলগাঁৱত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ তীব্ৰ গৰিহনা

India | Sep 11, 2025
আজি চিৰাং জিলাৰ কাজলগাঁৱত ধুবুৰী জিলাৰ গোলকগঞ্জত আক্ৰাছুৰ ওপৰত আৰক্ষীৰ লাঠি চাৰ্জ লৈ কাজলগাঁৱত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ তীব্ৰ গৰিহনা ,যোৱাকালি সন্ধিয়া জনজাতীকৰণৰ দাবীত গোলকগঞ্জত আক্ৰাছুয়ে জোৰ সমদল উলিয়াইছিল উক্ত জোৰ সমদলত আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছিল আৰু আহত হৈছিল আক্ৰাছুৰ কেইবাজনো নেতা কৰ্মী সহ মহিলা,উক্ত ঘটনা লৈ আজি চিৰাং জিলাৰ কাজলগাঁৱত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীৰ তীব্ৰ গৰিহনা জনায় আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টীয়ে।
Read More News
T & CPrivacy PolicyContact Us