Install App
shivbhakti
This browser does not support the video element.
চমৰীয়া: সোণতলীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ সোণতলীৰ চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ,আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ
Chamaria, Kamrup | Sep 24, 2025
বুধবাৰে সোণতলীত হাৰ্ডথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সোণতলীৰ চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় ধৰ্মঘট কাৰ্যসূচী৷ কাৰ্যসূচীত সহযোগ কৰে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে। মহাবিদ্যালয়ৰ সন্মুখত অনুষ্ঠিত কৰা হয় এঘন্টীয়া অৱস্থান ধৰ্মঘট।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!