Download Now Banner

This browser does not support the video element.

তামুলপুৰ: তামুলপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি সভা ও সম্বৰ্দ্ধনা অনুষ্ঠানত বিধায়ক জলেন দৈমাৰী

Tamulpur, Baksa | Sep 6, 2025
তামুলপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত নৱাগত আদৰণি সভা ও সম্বৰ্দ্ধনা অনুষ্ঠানত বিধায়ক জলেন দৈমাৰী।শনিবাৰৰ বিয়লি প্ৰায় দুই মান বজাত তামুলপুৰ মহাবিদ্যালয়ত আয়োজন কৰা নৱাগত আদৰণি সভা ও সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত বিধায়ক জলেন দৈমাৰী,বিধায়ক গৰাকী উক্ত অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰে। সমাজিক সচেতনতাৰে স’তে প্ৰতিজনক জীৱনত আগবাঢ়ি যোৱাৰ আহ্বান জনায় বিধায়ক গৰাকীয়ে । এই চেগতে মহাবিদ্যালয় কৰ্তৃপক্ষৰ আন্তৰিকতাৰ শলাগ লয় বিধায়ক গৰাকীয়ে ।
Read More News
T & CPrivacy PolicyContact Us