Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ বলদমাৰীত কা ৰ অধীনত নাগৰিকত্বৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰাক লৈছাত্ৰ মুক্তিৰসাধাৰণ সম্পাদক আহমেদ আলী জিন্নাৰ মন্তব্য

Balijana, Goalpara | Sep 3, 2025
চহৰৰ বলদমাৰীত কা ৰ অধীনত নাগৰিকত্বৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰাক লৈ ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদক আহমেদ আলী জিন্নাৰ মন্তব্য। ছাত্ৰ মুক্তিৰ গোৱালপাৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক আহমেদ আলী জিন্নাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ কৰি কাৰ অধীনত নাগৰিকত্বৰ সময়সীমা বৃদ্ধি কৰা হৈছে। সেই মতে ২০২৪চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা লোকে পাব নাগৰিকত্ব।পূর্বে এই সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ।
Read More News
T & CPrivacy PolicyContact Us