Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: গোলকগঞ্জৰ বালাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, নৱ নিৰ্মিত উৰণ সেঁতুৰ ওপৰত বাইক আৰু ইৰিক্সাৰ মুখামুখি সংঘৰ্ষ
Dhubri Part, Dhubri | Sep 2, 2025
বালাজান নৱ নিৰ্মিত উৰণীয় সেতুত বাঁইক ষ্টেণ্ডৰ অত পালি যাৰ ফলত প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আছে।আজি দুপৰীয়া ঢেপঢেপীৰ পৰা তামাৰহাট অভিমুখী AS 17R 9253 নম্বৰৰ তীব্ৰ বেগী বাইক খনৰ লগত বিপৰীত দিশত আহি থকা ই ৰিক্সাৰ মুখামুখি সংঘৰ্ষ লাগে। ফলত গুৰুতৰ ভাবে আহত হয় চাৰিওজন লোক। বাইকত দুজন আৰোহী থকাৰ বিপৰীতে ইৰিক্সাত চালকৰ লগতে আছিল এজন আৰোহী।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!