This browser does not support the video element.
কোকৰাঝাৰ ভাগ: ডী ভোটাৰৰ গোচৰ প্ৰত্যাহৰ ন কৰাৰ প্ৰতিবাদত গোঁসাইগাঁৱত২০গৰাকী হিন্দু বাংগালী নেতাৰ বিজেপি ত্যাগ কৰি ইউপিপিএলত যোগদান
Kokrajhar Part, Kokrajhar | Sep 5, 2025
শুক্ৰবাৰ দিনা বিয়লি ২ বজাত কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱত হিন্দু বাংগালী সকলৰ ডী ভোটাৰৰ গোচৰ প্ৰত্যাহৰ ন কৰাৰ প্ৰতিবাদত বিটিচিত থকা হিন্দু বাংগালী নেতা সকলে কমেও ২০ গৰাকী নেতা বিজেপি ত্যাগ কৰি ইউপিপিএলত যোগদান কৰে, বিজেপিৰ বাংগালী নেতা নিৰ্মল পাল, ৰাজীৱ দেৱনাথ,সমিৰ দেৰ দৰে নেতা বিজেপিৰ পৰা ইউপিপিএলত যোগদান কৰিছে, উক্ত অনুষ্ঠানত ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্ম উপস্থিত আছিল বুলি জানিব পৰা গৈছে