This browser does not support the video element.
বোকাখাত: তেলগৰমৰ নিম কৰিডৰত নিম পুলি ৰোপণ মন্ত্ৰী ৰূপেশ গোৱলাৰ, বিধায়ক মৃণাল শইকীয়াক প্ৰশংসা মন্ত্ৰী ৰূপেশ গোৱলাৰ
Bokakhat, Golaghat | Sep 11, 2025
নুমলীগড় তেলগৰমত বৃহস্পতি বাৰে দিনৰ প্ৰায় ২ বজাত মন্ত্ৰী ৰূপেশ গোৱালা। প্ৰধানমন্ত্ৰী ভ্ৰমণ ৰ বাবে নৱ নিৰ্মিত পথত নিম পুলি ৰূপন কৰি প্ৰশংসা কৰিলে খুমটাই ৰ বিধায়ক ৰ ব্যতিক্ৰমী প্ৰদক্ষেপক। হয়, প্ৰধানমন্ত্ৰীৰ নুমলীগড় ভ্ৰমণ লৈ এতিয়া ওখল মাখল পৰিৱেশ । ৰাজ্যৰ মন্ত্ৰী বিধায়কে ভৰি পৰিছে গোলাঘাট । আজি মন্ত্ৰী ৰূপেশ গোৱালা ই প্ৰস্তুতিৰ বুজ লবলৈ আহি বিধায়ক মৃনাল উক্ত পদক্ষেপৰ বাবে শলাগ লয়।