Download Now Banner

This browser does not support the video element.

ওদালগুৰি: চহৰৰ মাজমজিয়াত শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে উলিওৱা হয় ভাগৱত শোভাযাত্ৰা

Udalguri, Udalguri | Oct 3, 2025
ওদালগুৰি শংকৰদেৱ মিছন মাধ্যমিক বিদ্যালয় প্ৰাংগনত তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ।সেয়ে ওদালগুৰি চহৰত মাজেৰে এটি ভাগৱত শোভাযাত্ৰাৰ কাৰ্যসূচী উলিওৱা হয় । গুৰু জনাৰ সৃষ্টি কৃষ্টি সংস্কৃতি সমুহ উক্ত শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হয়। আনহাতে শোভাযাত্ৰাত জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সত্ৰীয়া সংস্কৃতিৰ দল সমুহৰ লগতে অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ,বাপ বান্ধৰ আৰু আই মাতৃ সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us