Download Now Banner

This browser does not support the video element.

বালিজানা: পঞ্চৰত্নৰ নৰনাৰায়ণ সেতুৰ কাষত ব্ৰহ্মপুত্ৰত উদ্ধাৰ হোৱা মহিলাৰ মৃতদেহৰ তদন্তৰ বাবে উপস্থিত হয় ফৰেনচিকৰ দলে

Balijana, Goalpara | Sep 8, 2025
পঞ্চৰত্নৰ নৰনাৰায়ণ সেতুৰ কাষত ব্ৰহ্মপুত্ৰত উদ্ধাৰ হোৱা মহিলাৰ মৃতদেহৰ তদন্তৰ বাবে উপস্থিত হয় ফৰেনচিকৰ দলে ।যোৱা ৬ ছেপ্টেম্বৰতগোৱালপাৰা জিলাৰ পঞ্চৰত্ন নদী আৰক্ষী থানাৰ অন্তৰ্গত পঞ্চৰত্নৰ নৰনাৰায়ণ সেতুৰ কাষত ব্ৰহ্মপুত্ৰত হাত ভৰি বন্ধা অৱস্থাত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। ব্ৰহ্মপুত্ৰ নদীত মাছ মৰীয়াসকলে ব্ৰহ্মপুত্ৰ নদীৰ পানীত এটা মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰি পঞ্চৰত্ন নদী আৰক্ষীক খবৰ দিয়ে।
Read More News
T & CPrivacy PolicyContact Us