মূখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে নিমন্ত্ৰণ নাপাই মৰিগাঁৱত দেওবাৰে বিয়লি প্ৰায় চাৰি মান বজালৈকে মহিলাৰ তীব্ৰ প্ৰতিবাদ।মৰিগাঁৱৰ বৰচকাবাহা স্থানীয় গোটৰ মহিলা সকলে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।"অনুৱে প্ৰত্যেক জনী মহিলাৰ পৰা ১০০ টকা ৫০ টকা লৈছে" গোটৰ ২/৩ জনীয়ে উদ্যমিতা পাই বাকী আমি নাপাওঁ কি নাপাওঁ বুলি প্ৰশ্ন বৰচকাবাহা স্থানীয় গোটৰ মহিলা সকলৰ ।তিনি চাৰিজন সন্তান থকা মহিলাৰ উদ্যমিতা আঁচনিত নাম অন্তৰ্ভূক্ত হৈছে কিন্তু কিয় এই সকল মহিলাৰ নাম অন্তৰ্