Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈ মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তী সম্পর্কে সংবাদ মেল মঙলদৈ মহাবিদ্যালয়ত

Mangaldoi Part, Darrang | Sep 10, 2025
মঙলদৈ মহাবিদ্যালয়ৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তী সম্পর্কে সংবাদ মেল মঙলদৈ মহাবিদ্যালয়ত ২০ চেপ্তেম্বৰত অনুষ্ঠিত হব ৰাজহুৱা সভা। বৰ্ষযোৰা বিস্তৃত ভাৱে অনুষ্ঠিত কৰাৰ পৰিকল্পনা।এই সন্দৰ্ভত মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰাই সংবাদ মেল সম্বোধন কৰি এই মন্তব্য কৰে
Read More News
T & CPrivacy PolicyContact Us