Download Now Banner

This browser does not support the video element.

হোজাই: চহৰত জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে চহৰৰ মাজ মজিয়াদি উলিওৱা হয় বৃহৎ ৰেলী

Hojai, Hojai | Sep 21, 2025
বৰ্ণময় সাংগীতিক যাত্ৰা সামৰি চিৰদিনৰ বাবে অজান দেশলৈ গুচি যোৱা অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাতো প্ৰান্তে-প্ৰান্তে অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।দেওবাৰে সন্ধিয়া প্ৰায় ৭মান বজাত হোজাই চহৰৰ বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ণৰ পিছতেই প্রিয় শিল্পী গৰাকীৰ প্ৰতিছবিলৈ চহৰৰ মাজ মজিয়াদি উলিওৱা বৃহৎ ৰেলী।
Read More News
T & CPrivacy PolicyContact Us