This browser does not support the video element.
দুধনৈ: দুধনৈ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়
Dudhnai, Goalpara | Aug 31, 2025
দুধনৈ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ হঠাৎ বিদ্যালয়খনত দাউ দাউকৈ জ্বলি উঠা প্ৰত্যক্ষ কৰাত স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে ৷ ভয়ংকৰ অগ্নিকাণ্ডত বিদ্যালয়খনৰ পাচঁটাকৈ শ্ৰেণীকোঠা, ষ্টোৰ ৰূম, প্ৰধান শিক্ষয়িত্ৰীৰ কাৰ্যালয়ৰ কোঠাৰ লগতে মধ্যহ্ন ভোজনৰ পাকঘৰ জুই জ্বলি ভস্মিভূত হয় ৷ এই খবৰে সমগ্ৰ দুধনৈ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে বিদ্যালয়ৰ শ্ৰেণীকোঠাত থকা ডেস্ক-বেঞ্চ, চকী, মেজ জ্বলি যায়।