This browser does not support the video element.
বঙাইগাঁও ভাগ: শ্বহীদ বেদীত AKRSU কৰ্মী সকলে মুখ্যমন্ত্ৰীৰ পুওলিকা দাহ কৰে
Bongaigaon Part, Bongaigaon | Sep 11, 2025
বঙাইগাঁও চহৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী।গোলকগঞ্জত যোৱানিশা আক্ৰাছু কৰ্মী সকলৰ উপৰত আৰক্ষীয়ে নিৰ্বিচাৰে লাঠি চালনা কৰাৰ প্ৰতিবাদ জনাই বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।এই প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে আক্ৰাছু কৰ্মী সকলে।লগতে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে কৰ্মী সকলে।