Install App
mokib786
This browser does not support the video element.
মানকাচৰ: ফকিৰগঞ্জৰ বুছাইমাৰী অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া স্থগিত হোৱাত সূস্থিৰ নিশ্বাস লাভ কৰে নৈপৰিয়া ৰাইজ
Mankachar, South Salmara-Mankachar | Sep 9, 2025
মঙ্গলবাৰে দিনৰ ১২ বজালৈকে দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ বুছাইমাৰী অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া নক্ষোৱাত সুস্থিৰ নিশ্বাস লাভ কৰে। কাৰণ দীৰ্ঘদিন ধৰি বুছাইমাৰী অঞ্চলত অব্যাহত আছিলে ব্ৰহ্মপুত্ৰৰ প্ৰবল গঢ়াখহনীয়া। ইতিমধ্যে শ শ পৰিয়ালৰ ঘৰবাৰী সম্পূৰ্ণ ৰূপে ব্ৰহ্মপুত্ৰত জাহ গৈছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!