Download Now Banner

This browser does not support the video element.

হোজাই: যোগিজান বেলতলাত আৰক্ষীয়ে অভিযান চলাই জুৱা খেলৰ সামগ্ৰী, নগদ১১৮৩০ টকা সহ আটক কৰে ছজনকৈ জুৱাৰীক

Hojai, Hojai | Aug 28, 2025
হোজাই আৰক্ষীৰ অব্যাহত আছে অবৈধ জুৱা খেলৰ বিৰুদ্ধে অভিযান।যোৱাকালি নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যোগিজান বেলতলাত চলাইছিল অভিযান।অভিযান কালত আৰক্ষীয়ে জুৱা খেলৰ সামগ্ৰী,নগদ ১১,৮৩০টকা সহ আটক কৰে ছজনকৈ জুৱাৰীক।ধৃত জুৱাৰী কেইটাক বৃহস্পতিবাৰে দিনৰ ২.৩০বজাত শ্ৰীমন্ত শংকৰদেৱ নগৰ আদালতত প্ৰেৰণ কৰে।আটকাধীন ধৃত জুৱাৰী কেইজনৰ নাম ক্ৰমে মাজু আলী, জাকিৰ হুছেইন, ৰমজান আলী, ইমান আলী, জামাল উদ্দীন, জাফৰ আলী।ঘটনা সন্ধৰ্ভত হোজাই আৰক্ষীয়ে ধৃত জুৱাৰী কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি শ্ৰ
Read More News
T & CPrivacy PolicyContact Us