Download Now Banner

This browser does not support the video element.

মৰিগাঁও: মায়ং আৰক্ষীয়ে জাগীৰোডৰ নখোলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুটা JCB চুৰ

Marigaon, Morigaon | Sep 12, 2025
মায়ং আৰক্ষীয়ে অভিযান চলাই জাগীৰোডৰ ন খোলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে দুটা গভাইত চুৰ। আৰক্ষীয়ে কৰায়ত্ত কৰা চুৰ দুটা হৈছে বিশ্বজিৎ সৰকাৰ আৰু দীপাংকৰ বিশ্বাস। দুয়ো চুৰে বিগত এটা মাহ পূৰ্বে কুসুমপুৰৰ অন্তুষ দাসৰ AS 21C 9888 নম্বৰ JCB খন নগাঁৱত চলাব বুলি ভাৰালৈ নি মণিপুৰত ১৭ লাখ টকাত বিক্ৰী কৰি দিছিল। JCB খন নগাঁৱৰ পৰা নোহোৱা হোৱাৰ খবৰ লাভ কৰি অন্তুষ দাসে মায়ং আৰক্ষী থানাত এখন এজাহৰ দাখিল কৰে আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আজি দুজনক কৰায়ত্ত কৰে। আন্যহাতে বৰ্তমানেও JCB..
Read More News
T & CPrivacy PolicyContact Us