This browser does not support the video element.
নগাঁও: গাঞ্জাসহ কাতিমাৰী গ্ৰাণ্টৰ পৰা এজনক আটক নগাঁও সদৰ আৰক্ষীৰ, প্ৰায় ১ কেজি ১৮৮ গ্ৰাম গাঞ্জা জব্দ
Nagaon, Nagaon | Aug 22, 2025
নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে নগাওঁ আৰক্ষীৰ অভিযান, গাঞ্জা সহ এজনক আটক নগাওঁ সদৰ আৰক্ষীৰ ।নিষিদ্ধ গাঞ্জা সহ নগাঁও সদৰ আৰক্ষীৰ জালত এটা সৰবৰাহকাৰী । আব্দুল দুলাল নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় সদৰ আৰক্ষীয়ে।কাতিমাৰি গ্ৰান্টৰ পৰা আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাকাৰীটোক।ধৃত সৰবৰাহকাৰী টোৰ পৰা প্ৰায় ১ কেজি ১৮৮ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় সদৰ আৰক্ষীয়ে , লগতে জব্দ কৰে নগদ ধন।