Install App
malobikabora1991
This browser does not support the video element.
গোলাঘাট: দুৰ্গোৎসৱৰ অষ্টমীৰ দিনাই ঘিলাধাৰী দুৰ্গা মন্দিৰ আদৰণি তোৰণ উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ
Golaghat, Golaghat | Sep 30, 2025
আজি শাৰদীয় দুৰ্গোৎসৱৰ মহা অষ্টমী। এই পৱিত্ৰ দিনটোত মঙ্গলবাৰে বিয়লি প্ৰায় ৪ বজাত ঘিলাধাৰী চাহ বাগিছাৰ দুৰ্গা মন্দিৰৰ আদৰণি তোৰণৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে। উদ্বোধন কৰি ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে মা দুৰ্গাৰ স্বৰনত নিজৰ লগতে ৰাজ্যবাসীৰ হৈ আশিস লয় বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে l
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!