This browser does not support the video element.
তিনিচুকীয়া: হাতীবাটত ২৫ লাখ টকা ব্যয়েৰে নিৰ্মিত আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰৰ মুকলি বিধায়ক সুৰেন ফুকনৰ
Tinsukia, Tinsukia | Aug 23, 2025
শনিবাৰে পুৱা প্ৰায় ১১.৩০ মিনিটত পূৰ্বৰ ডিগবৈ সমষ্টি আৰু বৰ্তমান মাকুম সমষ্টিৰ অন্তৰ্গত হাতীবাটত ২৫ লাখ টকা ব্যয়েৰে নিৰ্মিত আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰটো কণমানি সকলৰ লগতে প্ৰসূতি মাতৃ সকলৰ সুবিধা হোৱাকৈ মুকলি কৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে । মুকলি অনুষ্ঠানত বিধায়ক সুৰেন ফুকনৰ সৈতে উপস্থিত থাকে মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী অৰুণজ্যোতি মৰাণ ,মাকুম সম জিলাৰ আয়ুক্ত পংকজ চমুৱা ,হাপজান শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰাজু শৰ্মা উপস্থিত থাকে ।