This browser does not support the video element.
পশ্চিম যোৰহাট: ঢাপকটাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা , থিতাতে নিহত এজন , আহত এজন
Jorhat West, Jorhat | Sep 5, 2025
পশ্চিম যোৰহাটৰ ঢাপকটাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজন , আহত এজন । ট্ৰাক আৰু স্কুটাৰৰ সংঘৰ্ষত থিতাতে নিহত হয় যুৱক জন । আঘাতপ্ৰাপ্ত যুৱক জনক ভৰ্তি কৰা হয় JMCH ত । যুৱক কেইজন গড়মূৰৰ বুলি জানিব পৰা গৈছে । থিতাতে নিহত হোৱা যুৱক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCH ত ৰাখিছে।