Download Now Banner

This browser does not support the video element.

পশ্চিম ডিব্ৰুগড়: বগীবিল ঘাটত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি আন্তদেশীয় জলপথ প্ৰাধীকৰণৰ, বিস্তীৰ্ণ পাৰৰে শদিয়াৰ পৰা ধুবুৰীলৈ সংগীতময় যাত্ৰাৰ মুকলি

Dibrugarh West, Dibrugarh | Sep 8, 2025
আজি সোমবাৰে সন্ধিয়া ৭ বজাত বগীবিল ঘাটত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জনায় আন্তঃদেশীয় জলপথ প্ৰাধীকৰণে। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষীকি উপলক্ষে "বিস্তীৰ্ণ পাৰৰে শদিয়াৰ পৰা ধুবুৰীল সংগীতময় যাত্ৰা" শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। ভাৰত চৰকাৰৰ জাহাজ, বন্দৰ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ তত্বাৱধানত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটো।
Read More News
T & CPrivacy PolicyContact Us