This browser does not support the video element.
ওদালগুৰি: নাহৰবাৰী আৰু পুব গেৰুৱাত বিপিএফ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়, উপস্থিত থাকে বিধায়ক দূৰ্গাদাস বড়ো
Udalguri, Udalguri | Sep 10, 2025
জিলা খনৰ মুদৈবড়ী পৰিষদীয় সমষ্টিৰ নাহৰবাৰী আৰু পুব গেৰুৱাত বিজেপি দলৰ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত বিধায়ক দূৰ্গাদাস বড়োয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ইপিনে উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক গৰাকীৰ সতে বিটিচিৰ প্ৰাক্তন ইএম জগদীশ সৰকাৰ,যুৱ বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিয়াউল হক,CWC মেম্বাৰ দুলুমনি ডেকা, প্ৰমুখ্যে দলৰ বিভিন্ন দায়িত্বত থকা বিষয় ববিয়া আৰু কাৰ্যকতা সকলৰ লগতে অঞ্চলৰ ৰাইজ উপস্থিত থাকে।