Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: ডিকমৰ বিনৈগুটীয়াত পত্নীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি গ্ৰেপ্তাৰ মনোজ কোঁৱৰ, সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি পত্নী
Dibrugarh East, Dibrugarh | Sep 11, 2025
লাহোৱালৰ ডিকমৰ বিনৈগুটীয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। স্বামীয়ে পত্নীক নিশা চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি ৰঙাঘৰৰ আলহী হল স্বামী মনোজ কোঁৱৰ। প্ৰহাৰত গুৰুতৰ ভাৱে আহত পত্নীক সংকটজনক অৱস্থাত নিশাই AMCH ত ভৰ্তি কৰোৱা হয়। আজি বৃহস্পতিবাৰে দিনৰ ১ বজাত স্থানীয় লোকে অৱগত কৰে সমগ্ৰ ঘটনা। বৰ্তমান জীৱন মৃত্যুৰ সৈতে যুঁজি আছে পত্নীয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!