This browser does not support the video element.
ওদালগুৰি: বালিগাঁৱত বিপিএফৰ নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন কৰা হয়, কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে বিধায়ক চৰণ বড়োয়ে।
Udalguri, Udalguri | Sep 6, 2025
ৰৌতা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নতুন পানবাৰী প্ৰাথমিক বিপিএফৰ উদ্যোগত সমাগত বিটিচি নিৰ্বাচনৰ বাবে বালিগাৱত এটি কাৰ্য্যালয় উদ্ধোধন কৰা হয়। উক্ত কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি দলৰ সতীৰ্থ আৰু শুভাকাংশী ৰাইজক সতে মত বিনিময় কৰে বিধায়ক চৰণ বড়োয়ে। ইপিনে উক্ত কাৰ্যসূচীত বিধায়ক গৰাকীৰ সতে ভিচিডিচিৰ অধ্যক্ষ, দলীয় কৰ্মকৰ্তা আৰু প্ৰাইমাৰী সমিতিৰ সভাপতি সম্পাদকৰ লগতে অঞ্চলৰ শুভাকাংশী ৰাইজ উপস্থিত থাকে।