Download Now Banner

This browser does not support the video element.

সোণাৰি: বিজেপিয়ে কেৱল হিন্দু মুছলমানৰ শ্লোগানেৰে সাম্প্ৰদায়িক ৰাজনীতি কৰে বুলি বৰহাটত মন্তব্য প্ৰদান কৰিলে বিধায়ক অখিল গগৈয়ে

Sonari, Charaideo | Aug 31, 2025
বৰহাটৰ বৰপথাৰ, পইতাখাতত ৰাইজৰ দলৰ জাতীয় জন জাগৰণ যাত্ৰাত উপস্থিত ৰাইজৰ দ'লৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অখিল গগৈয়ে কয় যে অসমত কৃষি বিপ্লৱ তথা খেতিৰ জড়িয়তে অসমীয়া মানুহৰ ভাগ্য পৰিবৰ্তন কৰিবলৈ চেষ্টা কৰিছোঁ। অসমীয়া মানুহৰ বজাৰখন অসমীয়া মানুহৰ হাতলৈ অনাৰ চেষ্টা কৰিছোঁ কিন্তু ইয়াৰ বিপৰীতে বিজেপিয়ে কেৱল হিন্দু মুছলমানৰ শ্লোগানেৰে সাম্প্ৰদায়িক ৰাজনীতি কৰে বুলি মন্তব্য প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে।
Read More News
T & CPrivacy PolicyContact Us