Install App
debabrat915
This browser does not support the video element.
মঙলদৈ ভাগ: মঙলদৈত উদণ্ড যুৱকৰ তাণ্ডৱ, দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা স্কুলীয়া ছাত্ৰ-ছাত্ৰী, আৰক্ষী উপস্থিত হৈ আটক কৰে যুৱক কেইজনক
Mangaldoi Part, Darrang | Sep 5, 2025
শিক্ষক দিৱসৰ দিনটোতেই মঙ্গলদৈৰ DON BOSCO স্কুলৰ সন্মুখত এখন থাৰ বাহনে স্কুটি এখনত খুণ্ডা মাৰি পলাব চেষ্টা কৰে। স্কুটি বহন খন খুন্দিয়াই তীব্ৰ বেগেৰে পলাব চেষ্টা কৰোঁতে পথৰ পৰা গাড়ী খন গৈ পথাৰৰ বোকাত সোমাই পৰে। আৰু লগে লগে স্থানীয় লোক আৰু অভিভাৱকৰ প্ৰচেষ্টাত গাৰীৰ ভিতৰত থকা যুৱক কেইজনক আৱদ্ধ কৰিবলৈ সক্ষম হয়।অৱশেষত ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ যুৱক কেইজনক বাহনৰ সহিতে আটক কৰে আৰক্ষীয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!