This browser does not support the video element.
হোজাই: ডিমুৰুপাৰৰ জাহেদ আলীৰ পত্নী ৰাহেনা বেগম নিজৰ ৭বছৰীয়া কন্যা সন্তানকলৈ যোৱা ১২দিন ধৰি নিৰুদ্দেশ হৈ পৰে,পৰিয়ালৰ মন্তব্য
Hojai, Hojai | Aug 31, 2025
হোজাইত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে নিৰুদ্দেশৰ ঘটনা। পুনৰ হোজাইত আন এক নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে।ঘটনা সন্ধৰ্ভত দেওবাৰে দিনৰ ২.৩০বজাত সংবাদ মাধ্যমত মন্তব্য ভুক্তভোগীৰ।উল্লেখযোগ্য যোৱা ১২দিন পূৰ্বে হোজাই ডিমুৰুপাৰৰ জাহেদ আলীৰ পত্নী ৰাহেনা বেগমে নিজৰ ৭বছৰীয়া কন্যা সন্তানকলৈ নিৰুদ্দেশ হৈ পৰে।ঘটনা সন্ধৰ্ভত পৰিয়ালে হোজাই আৰক্ষী থানাত দাখিল কৰে নিৰুদ্দেশৰ গোচৰ।কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকী আৰু শিশুটিৰ কোনো তথ্য লাভ কৰিলে 6238717252 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ।