Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: অক্সিগুৰীত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ ৰাইজৰ সৈতে মত-বিনিময় কৰে সুবাইঝাৰ সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰীয়ে

Bijni Part, Chirang | Sep 5, 2025
আজি চিৰাং জিলাৰ সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অক্সিগুৰীত আগন্তুক বিটিআৰ নিৰ্বাচন লৈ ৰাইজৰ সৈতে মতবিনিময় কৰে সুবাইঝাৰ সমষ্টিৰ পাৰিষদ প্ৰভাত বসুমতাৰীয়ে,আজিৰ এই মতবিনিময় কাৰ্যসূচীত পাৰিষদ গৰাকীৰ সৈতে দলীয় কাৰ্য কৰ্তা সহ স্থানীয় ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us